Assamese Song

Unnaxi by Tonmoy Krypton & Maitrayee Patar – Ritu Illustrations Full Song Lyrics

Unnaxi by Tonmoy Krypton & Maitrayee Patar – Ritu Illustrations Full Song Lyrics. 

Maitrayee Patar’s Unnaxi Lyrics is the latest Assamese song. The lyrics of the song were written by Maitrayee Patar. Music is Composed by Tonmoy Krypton.

Singer Maitrayee Patar.
Illustration & Visuals Rituporn Gogoi.
Music Tonmoy Krypton
Song Writer Maitrayee Patar.

Unnaxi Lyrics

“কেনি নো চিটিকিলে মেঘ বেপৰুৱা
হাঁহি এটি আলসুৱা
দুগালে দুহাতে থৈ চাই ৰ’লো
অভিমানী মনো যে উতনুৱা

উন্নাসী মন আজি
উন্নাসী জোনাকী
উন্নাসী সকলো সুৰ
উন্নাসী উশাহৰ
উন্নাসী হেঁপাহৰ
উন্নাসী পৃথিৱী মোৰ

চপৰা-চপৰে খহি যোৱা
বুকুৰে গৰাৰে বাখৰুৱা
আদৰে-আদৰে সাঁচি থোৱা
কপাহী আবেগ আকলুৱা

(Interlude)
গোমোঠা বতাহে কঁপালেহি প্ৰাণ মোৰ
সামৰি যতনে থ
উজাগৰী নিশাৰে প্ৰহৰী তৰা মোৰ
নামি আহি মোৰে কাষৰতে ৰ

উন্নাসী মন আজি
উন্নাসী জোনাকী
উন্নাসী সকলো সুৰ
উন্নাসী উশাহৰ
উন্নাসী হেঁপাহৰ
উন্নাসী পৃথিৱী মোৰ

চপৰা-চপৰে খহি যোৱা
বুকুৰে গৰাৰে বাখৰুৱা
আদৰে-আদৰে সাঁচি থোৱা
কপাহী আবেগ আকলুৱা”

“Unnaxi” Music Video

Extra Details :

A girl is madly in love. May be with someone, with life. Unnaxi is a simple and sweet expression designed by Tonmoy and Maitray, beyond her relaxed, earthy feelings. 
(এজনী ছোৱালী পাগলামিৰে প্ৰেমত আছে। কাৰোবাৰ সৈতে থাকিব পাৰে, জীৱনৰ সৈতে থাকিব পাৰে। উন্নাক্সি হৈছে তাইৰ নিশ্চিন্ত, পৃথিৱীৰ অনুভূতিৰ বাহিৰত, টনময় আৰু মাইট্ৰেয়ে সংগীতৰ দ্বাৰা ডিজাইন কৰা এক সৰল আৰু মিঠা অভিব্যক্তি। ) 

Music Production, Composition & Guitars by Tonmoy Krypton.
Vocals & Lyrics by Maitrayee Patar.
Recorded at Legacy Studio, Guwahati by Praball Deka.
Mixed & Mastered at SS Sound Studio by Tonmoy Krypton.
Illustration & Visuals by Rituporn Gogoi.

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button