Assamese Song

Khuj Lyrics – Mizzu Mirzanoor

Khuj Lyrics – Mizzu Mirzanoor

Here is the lyrics of New Assamese Song “Khuj” which is sung by Mizzu Mirzanoor. Khuj Song lyrics are penned down by Buddha Jyoti Bezbaruah. While, Music is given by Tavreed. Music Label by Tavreed. Visit – Songlyricsmedia.com for Latest Song Lyrics. 

Song : Khuj
Singer : Mizzu Mirzanoor
Music : Tavreed
Song Writer: Buddha Jyoti Bezbaruah

Khuj Lyrics – Mizzu Mirzanoor

লাহে লাহে সময়ে সযতনে
আকোঁৱালি আবেলি জীৱনৰে
তুমি দিয়া সপোনৰ প্ৰতি খোজে
ক’লে আহি আছো মই কাষৰতে
এতিয়াও এনেকৈয়ে নামি আহে
ৰ’দে অঁকা সেউজৰে খোজ
হৃদয়ৰে বৰষুণে ক’ব খুজে
এতিয়াও ফাগুণৰে সুৰ
আদৰো অনুভৱ তোমাকে সাৱতি
হিয়াৰ এমুঠি জীয়া আবেগৰ
এতিয়া জীৱনে আকিছে নতুনৰ
সেউজী প্ৰেমৰ ধৰণী
তুমি দিয়া সপোনৰ বাটে বাটে
এনেদৰেই উটি যাও প্ৰতি পলে
লাহে লাহে হৃদয়ৰ দুয়োকাষে
ফুলি উঠে প্ৰভাতৰ ফুল সঘনে
হৃদয়ৰে বৰষুণে ক’ব খুজে
এতিয়াও ফাগুণৰে সুৰ।

Khuj Music Video : Mizzu Mirzanoor

 

 Audio Credits :

  • Vocals & Composition -Mizzu Mirzanoor 
  • Music – Tavreed 
  • Lyrics – Buddha Jyoti Bezbaruah
  • Mix/Master – Tavreed 

Video Credits : 

  • Visuals : Wrishi & Emu

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button